retrosprectivereturned
return (English) [ IPA: rɪˈtərn ASM: ৰিটাৰ্ন]
English: comeback, return, revert,
Assamese: উভটি আহ্, উভত, উলটি আহ্, উলটি যা, ওভত, ঘূৰি আহ্, ঘূৰি যা, ঘূৰ্, ফিৰাই দে, ফিৰ্,
Bodo: फैफिन्नाइ,
Mising: gilat,
Khasi: pynphai,
Karbi: cherui, chevoi,
Kok-Borok: kiphil,
Nagamese: firai,
Tai: কাপ্ মা,
Tiwa: wal,
Deori: গুৰাচ্চিয়াঁ, লেচ্চিয়াঁ, লেচ্চিয়াঁহে,
English: return,
Assamese: উলটি, ওভতন, নিবৰ্তন, নিবৰ্ত্তন, প্ৰত্যাগমন, প্ৰত্যাৱৰ্তন,
Nagamese: apos,
Hajong: উলতি,
1. (Verb-Intran.) to go or come back, as to a former place, position, or state
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
Assamese: উভটি আহ্, উভত, উলটি আহ্, উলটি যা, ওভত, ঘূৰি আহ্, ঘূৰি যা, ঘূৰ্, ফিৰাই দে, ফিৰ্,
Bodo: फैफिन्नाइ,
Mising: gilat,
Khasi: pynphai,
Karbi: cherui, chevoi,
Kok-Borok: kiphil,
Nagamese: firai,
Tai: কাপ্ মা,
Tiwa: wal,
Deori: গুৰাচ্চিয়াঁ, লেচ্চিয়াঁ, লেচ্চিয়াঁহে,
Related Idea:
a. Verb-Intran.: regress, পশ্চাদগতি কৰ্, পশ্চাদগমন কৰ্, পিচ হুহকি যা, প্ৰত্যাৱৰ্তন কৰ্...
2. (Verbal Noun) To turn back; to go or come again to the same place or condition.
পূৰ্বৰ ঠাইলৈ পুনৰ ঘূৰি অহা কাৰ্য্য৷
পূৰ্বৰ ঠাইলৈ পুনৰ ঘূৰি অহা কাৰ্য্য৷
Assamese: উলটি, ওভতন, নিবৰ্তন, নিবৰ্ত্তন, প্ৰত্যাগমন, প্ৰত্যাৱৰ্তন,
Nagamese: apos,
Hajong: উলতি,
3. (Verbal Noun) the act of giving back to a former owner
পূৰ্বৰ গৰাকীক ঘূৰাই দিয়া কাৰ্য্য
পূৰ্বৰ গৰাকীক ঘূৰাই দিয়া কাৰ্য্য
4. (Proper Adj.-Neuter) related to turning/going back again to the same place or condition.