syrwasystematic

system (English) [ IPA: ˈsɪstəm ASM: চিষ্টেম]
1. (Abstract Noun) A group of interacting, interrelated, or interdependent elements forming a complex whole এক জটিল বস্তু গঢ়ি তোলা পৰস্পৰ ক্ৰিয়াশীল, সম্পৰ্ক থকা আৰু নিৰ্ভৰশীল উপাদানৰ এক সমূহ

Contributed by: Bornaly Hazarika on 2012-07-24
2. (Abstract Noun) a principle or regulation governing conduct, action, procedure, arrangement, etc. কোনো কাৰ্য্য সম্পাদন কৰাৰ নিমিত্তে নিৰ্দ্ধাৰণ কৰা নিয়মাৱলী