गोहोनां नङैगोहोम खोख्लै

गोहोम (Bodo) [ Roman: gw.hwm]
Contributed by: Karishma Boro on 2023-05-13
1. (Abstract Noun) [a] a power to affect persons or events; [b] effect (esp. on the mind or feelings), notion or belief (esp. vague or mistaken), imitation of a person or sound, esp. as entertainment. (ক) মানুহ বা ঘটনাক প্ৰভাৱিত কৰিব পৰা এক শক্তি, (খ) কাৰ্য্যফল (বিশেষকৈ মন বা অনুভূতিৰ ওপৰত), ধাৰণা বা বিশ্বাস (বিশেষকৈ অমূলক বা ভ্ৰান্তিমূলক), কোনো লোক বা শব্দৰ অনুকৰণ, বিশেষকৈ আমোদৰ অংশ হিছাপে৷

Contributed by: Karishma Boro on 2023-06-25
2. (Abstract Noun) something which positively motivates a person to move to achieve a goal এনে কিবা, যি কাৰোবাক কোনো লক্ষ্যত উপনীত হোৱাৰ বাবে যোগাত্মকভাৱে উৎসাহ যোগায়