চানেকিচান্

চানেকী (Assamese) [ Roman: sa.ne.ki]
1. (Abstract Noun) [a] a power to affect persons or events; [b] effect (esp. on the mind or feelings), notion or belief (esp. vague or mistaken), imitation of a person or sound, esp. as entertainment. (ক) মানুহ বা ঘটনাক প্ৰভাৱিত কৰিব পৰা এক শক্তি, (খ) কাৰ্য্যফল (বিশেষকৈ মন বা অনুভূতিৰ ওপৰত), ধাৰণা বা বিশ্বাস (বিশেষকৈ অমূলক বা ভ্ৰান্তিমূলক), কোনো লোক বা শব্দৰ অনুকৰণ, বিশেষকৈ আমোদৰ অংশ হিছাপে৷

Contributed by: Rupankar Mahanta on 2006-03-27
2. (Abstract Noun-Neuter) A piece of conduct or work, which needs to be imitated by others উদাহৰণ, অনুকৰণ কৰিব পৰা বস্তু। যেনে, কাপোৰৰ ৰঙ বা ফূলৰ গঠন যিটো চাই আৰু পোচাক বনাব পাৰি