ইষ্ট-মিত্ৰইষ্টকৰ্ম

ইষ্টকুটুম্ব (Assamese) [ Roman: is.to.ku.tum.bo]
plc: -সকল
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Common Noun-Common) a person who is connected with another or others by blood or marriage. তেজ (অৰ্থাৎ বংশ) বা বিবাহ-সূত্ৰে সম্বন্ধ থকা লোক।

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-04
2. (Common Noun-Common &/or Masculine) a friend,colleague or a companion একেলগে থকা বা ফুৰা ব্যক্তিসকল ৷