আপোছকামীআপোন ঘাত
আপোন (Assamese) [ Roman: a.po`n]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
English: own, ownself,
Assamese: আত্ম, আপোন, আপোনাৰ, জয়জনমী, নিজ, নিজস্ব, নিজা, নিজৰ, স্ব, স্বকীয়, স্বীয়,
Bodo: आंगो, गावनि,
Mising: ai, aipe i,
Khasi: kam,
Garo: an.tangni,
Nagamese: apna, nijor,
Nepali: आफ्नै,
Deori: আঁচ্চিয়, নিজৰ
Contributed by: Anjali Sonowal on 2010-06-18
English: clansman, kin, kinfolk, relative,
Assamese: অঙহী-বঙহী, আত্মবৰ্গ, আত্মীয়, আত্মীয়-কুটুম্ব, আত্মীয়স্বজন, আপোন, আপোন মানুহ, আপোনজন, ইষ্টকুটুম্ব, কুটুম, কুটুম্ব, কুৰ্মা, গিয়াতি, গোত-জ্ঞাতি, জ্ঞাতি, জ্ঞাতিবৰ্গ, পো-ভাই, পৰিজন, বংশ-পৰিয়াল, বঙহ, বাপ-ভাই, বৈ-বঙহ, মিতিৰ, মিতিৰ-কুটুম, সগোত্ৰ, সগোত্ৰীয়, সম্পৰ্কীয়, সম্বন্ধীয়, স্বগণ, স্বজন, স্বজনবৰ্গ, স্ববৰ্ণ,
Bodo: खुरमा,
Mising: aike, bongkong, mitur, ope-nebing,
Khasi: u kur,
Garo: chatchi, mahari,
Bishnupriya Manipuri: কুটুম,
Karbi: chepho chiri,
Nagamese: giati, nitirmitir,
Dimasa: apna, haing-tih, haingrao-tihrao,
Tai: পী নঙ্,
Bangla: অংশক, আত্মীয়, আত্মীয় স্বজন, কুটুম, কুটুম্ব, জ্ঞাতি
আপোন (Assamese) [ Roman: a.po`n]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
1. (Pronoun) of or belonging to oneself or itself. কোনো ব্যক্তি বা বস্তুৰ, একেটাৰ বা একেজনৰ, অৰ্থাৎ নিজৰ।
Assamese: আত্ম, আপোন, আপোনাৰ, জয়জনমী, নিজ, নিজস্ব, নিজা, নিজৰ, স্ব, স্বকীয়, স্বীয়,
Bodo: आंगो, गावनि,
Mising: ai, aipe i,
Khasi: kam,
Garo: an.tangni,
Nagamese: apna, nijor,
Nepali: आफ्नै,
Deori: আঁচ্চিয়, নিজৰ
Contributed by: Anjali Sonowal on 2010-06-18
2. (Common Noun-Common) a person who is connected with another or others by blood or marriage. তেজ (অৰ্থাৎ বংশ) বা বিবাহ-সূত্ৰে সম্বন্ধ থকা লোক।