উঁগাদুউঁৱলি

উঁহ (Assamese) [ Roman: u~h]

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-04
1. (Abstract Noun) any thing or place from which something comes, arises, or is obtained কোনো বস্তু য’ৰ পৰা আহে, আৰম্ভ হয় বা পোৱা যায়

Contributed by: Bikram M Baruah on 2007-12-04
2. Geology(Common Noun) a place where water naturally flows out from the ground য’ত পানী বা আন জুলীয়া বস্তু ভূগৰ্ভৰ পৰা ওলাই আহে