আদায় হআদি কৰি

আদি (Assamese) [ Roman: a.di]
1. (Abstract Noun) Additional unspecified odds and ends; more of the same. একে ধৰণৰ বিশেষভাবে চিনাক্ত নকৰা ইটো-সিটো ৷

2. (Abstract Noun) any thing or place from which something comes, arises, or is obtained কোনো বস্তু য’ৰ পৰা আহে, আৰম্ভ হয় বা পোৱা যায়

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-17
3. Sociology(Common Noun-Common) A major tribe of Arunachal Pradesh. আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম (Bogum) আৰু ব’মি (Bomi)৷ এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে৷ আনহাতে গাল’ঙ (Gallong) আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে৷ এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং (Kebang) নামৰ এখন গাওঁ পৰিষদ থাকে৷ আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ ৷ এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত৷ তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত৷ পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়৷ কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ (Polyandry) কথা জনা নাযায়৷ আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ বস্ত্ৰ বয়। এওঁলোকক আগেয়ে আবৰ বুলি কোৱা হৈছিল।
English: Adi,
Assamese: আদি, আবৰ