এৰোপ্লেনখনএৰ’প্লেন্

এৰ্ (Assamese) [ Roman: er]
Contributed by: Bikram M Baruah on 2010-03-31
1. (Verb-Trans.) Neglect something that of less importance. বেছি প্ৰয়োজন নোহোৱা কোনো বস্ত এৰি দিয়া কাৰ্য্য ৷
English: bypass, skip,
Assamese: এৰ্, বাদ পৰ্,
Bodo: बार

Contributed by: Himjyoti Talukdar on 2009-05-30
2. (Verb-Trans.) to surrender something prized or desirable. মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।