le:pele:si
le:pong (Mising) [ Roman: leh.pong]
1. (Verb-Trans.) to prevent from proceeding, acting, operating, continuing, etc.:
আগুৱা, কাম কৰা, কৰি থকা কাম অবিৰতভাৱে চলাই থকা আদিত বাধা প্ৰদান কৰা

2. (Verb-Trans.) to surrender something prized or desirable.
মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।