গহগহন বন

গহন (Assamese) [ Roman: go.hon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-30
1. (Proper Adj.-Neuter) Capable of being reached only with great difficulty or not at all. য’লৈ যাব নোৱাৰি অন্যথা অসাধাৰণ কষ্টৰ ফলত হে যাব পাৰি৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-05-19
2. (Verbal Adj.) a lot of things crowded together বহুতো বস্তু একেলগে, কম ব্যৱধানত থকা অৱস্থা