চিৰিচিৰিংকৈ

চিৰিং (Assamese) [ Roman: si.ring]
Contributed by: Anjali Sonowal on 2009-02-17
1. (Proper Noun-Common) A class of priests of the old Ahoms. The head priest was known as 'Chring phukon' Now both of these are the family titles of Assam. আহোম সকলৰ চোমদেও মূৰ্ত্তিৰ পূজাৰ কাৰ্য কৰা পুৰোহিতসকলৰ এটা খেল, এই খেলৰ প্ৰধান জনক ‘চিৰিংফুকন’ বোলা হৈছিল। বৰ্ত্তমান দুয়োটা অসমৰ একো একোটা উপাধি ।
English: chiring,
Assamese: চিৰিং

চিৰিং (Deori) [ Roman: chi.ring]
Contributed by: Satabdi Dutta on 2022-10-31
2. Anatomy(Material Noun-Neuter) Each of the two fleshy protuberances at the rear of the human trunk মানুহৰ দেহৰ পাচফালে সোঁমাজত থকা মঙহাল উখহা অংশ দুটা