দ্ৰাৱ্যতাদ্ৰুত লয়

দ্ৰুত (Assamese) [ Roman: dru.to]
adv: দ্ৰুতভাৱে
Contributed by: Rupam Kumar Sharma on 2006-03-17
1. (Proper Adj.) sth done or carried out in short time or immediately; acting, moving in high speed. কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।

Contributed by: Partha P Sarmah on 2011-09-29
2. Music(Abstract Noun) fast tempo or octave or laya, performed after the madhya laya in Indian classical music, vocal or instrumental. The drut laya also marks the climax of the performance. ভাৰতীয় শাস্ত্ৰীয় সংগীতত মধ্যলয়ৰ পাছত (অতি)খৰ গতিত পৰিৱেশন গায়ন বা বাদন৷বিলম্বিত লয়ৰ গতিৰ মান এক বুলি দৰিলে দ্ৰুত লয়ৰ গতিৰ মান দুই, তিনি বা চাৰি গুণ হ’ব পাৰে৷