পাপবোধপাপশুদ্ধি
পাপমতি (Assamese) [ Roman: pap.mo.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-14
Assamese: কুবুদ্ধি, কুমতি, কুৰ্বুধি, কুৰ্ব্বুধি, দুষ্টবুদ্ধি, দুষ্টমতি, দুৰ্বুদ্ধি, দুৰ্মতি, পাপমতি
Contributed by: Anjali Sonowal on 2010-01-30
English: sinful,
Assamese: অঘৱন্ত, অধৰমী, আভজনী, ধৰ্মচ্যুত, ধৰ্মভ্ৰষ্ট, নাৰকী, নৰকী, নৰাধম, পাতকী, পাপমতি, পাপিষ্ঠ, পাপী, পাপীষ্ঠ, পামৰ, মলমতি,
Nepali: पातकी, पापी,
Deori: অদৰমি, নৰকি
পাপমতি (Assamese) [ Roman: pap.mo.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-14
1. (Abstract Noun) evil motive or intentions; আনক হানি কৰিবৰ বাবে ৰচা বুদ্ধি
Antonyms:
a. Abstract Noun: শুভবুদ্ধি, সুমতি, সৎ বুদ্ধি...Contributed by: Anjali Sonowal on 2010-01-30
2. (Proper Adj.-Common &/or Masculine) having committed unrighteous acts যি কোনো নীতি-বিৰুদ্ধ অসৎ কাৰ্য্য কৰিছে
Assamese: অঘৱন্ত, অধৰমী, আভজনী, ধৰ্মচ্যুত, ধৰ্মভ্ৰষ্ট, নাৰকী, নৰকী, নৰাধম, পাতকী, পাপমতি, পাপিষ্ঠ, পাপী, পাপীষ্ঠ, পামৰ, মলমতি,
Nepali: पातकी, पापी,
Deori: অদৰমি, নৰকি