পাৰীন্দ্ৰপাৰুৱাঁয়া

পাৰুৱাঁ (Deori) [ Roman: pa.ru.wan]
Contributed by: Himasri Das on 2023-02-20
1. (Verb-Trans.) to keep safe from harm or injury. হানি হোৱা বা আঘাত পোৱাৰ পৰা নিৰাপদে ৰাখ্।

Contributed by: Himasri Das on 2023-02-20
2. (Verb-Trans.) to defend or guard from attack, invasion, loss, annoyance, insult, etc. আক্ৰমণ, অনুপ্ৰৱেশ, ক্ষতি, আমনি, অপমান আদিৰ পৰা ৰক্ষা কৰ্‌