বেপন্তবেপাৰী

বেপাৰ (Assamese) [ Roman: be.par]
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-03
1. (Abstract Noun) the act or process of buying, selling, or exchanging commodities, at either wholesale or retail, within a country or between countries. ভিন্ন দেশৰ মাজত বা একেখন দেশৰ ভিতৰত খুচুৰা বা পাইকাৰী হিচাপে বস্তু-বাহানিৰ কিনা-বেচা বা বিনিময় প্ৰক্ৰিয়া বা কাৰ্য্য৷