ব্যৱধানব্যৱসায়-বাণিজ্য

ব্যৱসায় (Assamese) [ Roman: byo.bo.xai]
Contributed by: Rituraj Saikia on 2006-09-08
1. (Common Noun) a commercial enterprise
English: business,
Assamese: ব্যৱসায়,
Bodo: फालांगि,
Garo: badiing chiwala,
Karbi: Beha,
Nagamese: karbar,
Hindi: कारोबार

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-09-08
2. (Abstract Noun) the act or process of buying, selling, or exchanging commodities, at either wholesale or retail, within a country or between countries. ভিন্ন দেশৰ মাজত বা একেখন দেশৰ ভিতৰত খুচুৰা বা পাইকাৰী হিচাপে বস্তু-বাহানিৰ কিনা-বেচা বা বিনিময় প্ৰক্ৰিয়া বা কাৰ্য্য৷