মনোময়মনোযোগহীন

মনোযোগ (Assamese) [ Roman: mo.no`.jo`g]
Contributed by: ৰূপকমল on 2007-03-23
1. (Abstract Noun) the ability or the process of thinking about without distraction and working hard in one direction. লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া

Contributed by: Biraj Kumar Kakati on 2007-03-23
2. (Verbal Noun) A general interest that leads people to want to know more. কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|