মহাশয়হঁতৰমহাশয়ে

মহাশয়া (Assamese) [ Roman: mo.ha.xo.ya]
fm: মহাশয়
1. (Common Noun-Feminine) Used as a form of polite address for a woman. Usually used to address someone who is elder or in a higher rank. মহিলাক সন্মান জনাই মাতিবলৈ কৰিবলৈ ব্যৱহাৰ কৰা এক সম্বোধন ৷ স্বাভাৱিকতে বয়সত অথবা মানত ডাঙৰ মহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় ৷