মেপুচ্চিতিমেম জলকীয়া

মেম (Assamese) [ Roman: mem]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-07
1. (Common Noun-Feminine) Used as a form of polite address for a woman. Usually used to address someone who is elder or in a higher rank. মহিলাক সন্মান জনাই মাতিবলৈ কৰিবলৈ ব্যৱহাৰ কৰা এক সম্বোধন ৷ স্বাভাৱিকতে বয়সত অথবা মানত ডাঙৰ মহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় ৷

Contributed by: Partha P Sarmah on 2011-08-06
2. (Common Noun-Feminine) a polite, respectful form of address to a lady of higher rank or a wife of a higher official or who is/was from Europe. (Now it is mostly suggestive of a slavish mentality) য়ুৰোপীয় মহিলা বা ভাৰতীয় উচ্চ পদমৰ্যদাৰ নাৰীক সম্ভ্ৰমেৰে কৰা সম্বোধন৷