মাৰ্ক্সীয়মাৰ্গদৰ্শী

মাৰ্গ (Assamese) [ Roman: marg]
Contributed by: Atul Ch. Kakoti on 2009-05-27
1. (Common Noun-Neuter) a long, flat and smooth construction of tar concrete or brick over the earth connection two destinations for traveling দুখন ঠাইৰ মাজত অহা-যোৱা কৰাৰ বাবে বন্ধা দীঘল, সমান আৰু মিহি মাটিৰ লোৰ

2. Anatomy(Material Noun-Neuter) the opening at the lower end of the alimentary canal, through which the solid refuse of digestion is excreted. খাদ্য নলীৰ নিম্ন প্ৰান্তত থকা ফুটা, যাৰ মাজেদি হজম নোহোৱা খাদ্যৰ অৱশেষবোৰ বাহিৰ কৰি দিয়া হয়৷