lam-arjan ahemlamah

lama (English) [ IPA: ˈlɑmə ASM: লামা]
Contributed by: Partha P Sarmah on 2008-08-04
1. (Abstract Noun) a Buddhist monk from Tibet or some other countries from the South East Asia; a title given to a spiritual leader of Buddhism in Tibet. তিব্বত বা দক্ষিণ পূৱ এছিয়াৰ কোনো ধৰ্মাৱলী দেশৰ বৌদ্ধ ধৰ্মৰ পুৰোহিত; তিব্বতৰ কোনো উচ্চখাপৰ ধৰ্মীয় নেতাক দিয়া এক উপাধি, যেনেঃ দালাই লামা৷

lama (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-21
2. (Material Noun-Neuter) A piece of cloth, usually rectangular, of distinctive color and design, used as a symbol, standard, signal, or emblem এটা প্ৰতীক, মান, চিহ্ন বা মোহৰ হিচাপে ব্যৱহাৰ কৰা সাধাৰণতে আয়তাকাৰ আৰু নিৰ্দ্দিষ্ট ৰং আৰু গঢ়ৰ এটুকুৰা কাপোৰ

lama (Dimasa)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-28
3. (Common Noun-Neuter) a long, flat and smooth construction of tar concrete or brick over the earth connection two destinations for traveling দুখন ঠাইৰ মাজত অহা-যোৱা কৰাৰ বাবে বন্ধা দীঘল, সমান আৰু মিহি মাটিৰ লোৰ