সমীক্ষণসমীক্ষাত্মক

সমীক্ষা (Assamese) [ Roman: xo.mi.khya]
1. (Abstract Noun) an investigation of the opinions, behaviour, etc. of a particular group of people or animal or any item, which is usually done by asking them questions or meticulous observations and measurements মানুহ, জীৱ-জন্তু বা অন্য বস্তুৰ এটা সমষ্টিৰ মতামত (মানুহৰ ক্ষেত্ৰত), আচৰণ আদিৰ বিষয়ে এক অনুসন্ধান, যিটো সাধাৰণতে প্ৰশ্ন সুধি, সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বা জোখমাখ লৈ কৰা হয় ৷