সমীক্ষকসমীক্ষা

সমীক্ষণ (Assamese) [ Roman: xo.mi.khyon]
Contributed by: Swapnita Kakati on 2006-08-28
1. (Abstract Noun) the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ