surungsurveyor
survey (English) [ IPA: sərˈveɪ ASM: চাৰ্ভে]
Contributed by: Swapnita Kakati on 2006-08-28
English: enquiry, examination, investigation, judge, survey,
Assamese: অনুসন্ধান, অন্বেষা, খোজ-খবৰ, তদন্ত, তহকিত্mc , বিচাৰ-খোঁচাৰ, বুজবিচাৰ, সমীক্ষণ, সূক্ষ্মবিচাৰ,
Bodo: नायबिजिरनाय,
Mising: ing, lupo,
Nagamese: unuhondhan,
TAI-Ahom: ছক্,
Deori: ইচাৰিবা, চিঁ-জিবা, চিঁমা, চিঁয়া, বিচাৰ-নমা
Contributed by: Swapnita Kakati on 2006-08-28
English: appraise, check, enquire, evaluate, examine, inspect, investigate, survey,
Assamese: অনুসন্ধান কৰ্, খবৰ ল, চালি-জাৰি চা, নিৰীক্ষণ কৰ্, পম খেদ্, পৰীক্ষা কৰ্, বুজ ল, মূল্যাংকন কৰ্, মূল্যায়ন কৰ্, সম্বাদ ল,
Bodo: दबथानाय, नायगिदिंनाय, नायबिजिर,
Khasi: bishar, buh dor, jngoh, khang, tohkit,
Garo: am.sandia, gamchatnika,
Dimasa: shing-nai
Contributed by: Swapnita Kakati on 2006-08-28
English: survey,
Assamese: জৰীপ, পিয়ল, পিয়ল কৰণ, পৰিমাপ, লেখ লওন, সমীক্ষা, সৰ্বেক্ষণ,
Bodo: खारि बुथुमनाय, खारिथुमनाय, जरिप खालामनाय,
Deori: পিয়ল-নমা
survey (English) [ IPA: sərˈveɪ ASM: চাৰ্ভে]
Contributed by: Swapnita Kakati on 2006-08-28
1. (Abstract Noun) the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ
Assamese: অনুসন্ধান, অন্বেষা, খোজ-খবৰ, তদন্ত, তহকিত্mc , বিচাৰ-খোঁচাৰ, বুজবিচাৰ, সমীক্ষণ, সূক্ষ্মবিচাৰ,
Bodo: नायबिजिरनाय,
Mising: ing, lupo,
Nagamese: unuhondhan,
TAI-Ahom: ছক্,
Deori: ইচাৰিবা, চিঁ-জিবা, চিঁমা, চিঁয়া, বিচাৰ-নমা
Different POS:
a. Common Noun-Common: investigator, অনুসন্ধানকাৰী, অন্বেষক, অন্বেষণকাৰী, তদন্তকাৰী...Contributed by: Swapnita Kakati on 2006-08-28
2. (Verb-Trans.) to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc. সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
Assamese: অনুসন্ধান কৰ্, খবৰ ল, চালি-জাৰি চা, নিৰীক্ষণ কৰ্, পম খেদ্, পৰীক্ষা কৰ্, বুজ ল, মূল্যাংকন কৰ্, মূল্যায়ন কৰ্, সম্বাদ ল,
Bodo: दबथानाय, नायगिदिंनाय, नायबिजिर,
Khasi: bishar, buh dor, jngoh, khang, tohkit,
Garo: am.sandia, gamchatnika,
Dimasa: shing-nai
Contributed by: Swapnita Kakati on 2006-08-28
3. (Abstract Noun) an investigation of the opinions, behaviour, etc. of a particular group of people or animal or any item, which is usually done by asking them questions or meticulous observations and measurements মানুহ, জীৱ-জন্তু বা অন্য বস্তুৰ এটা সমষ্টিৰ মতামত (মানুহৰ ক্ষেত্ৰত), আচৰণ আদিৰ বিষয়ে এক অনুসন্ধান, যিটো সাধাৰণতে প্ৰশ্ন সুধি, সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বা জোখমাখ লৈ কৰা হয় ৷
Assamese: জৰীপ, পিয়ল, পিয়ল কৰণ, পৰিমাপ, লেখ লওন, সমীক্ষা, সৰ্বেক্ষণ,
Bodo: खारि बुथुमनाय, खारिथुमनाय, जरिप खालामनाय,
Deori: পিয়ল-নমা