সুৰগুৰুসুৰজিত
সুৰঙ্গ (Assamese) [ Roman: xu.rong.go]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-16
English: colorfulus , colourfuluk , kaleidoscopic,
Assamese: জক্মক্, বাৰেবৰণীয়া, বৰ্ণময়, বৰ্ণিল, সুৰঙ্গ, ৰংচঙীয়া, ৰঙচা, ৰঙা-ৰচঙা, ৰঙীণ, ৰমক জমক
Contributed by: Rupankar Mahanta on 2007-03-22
সুৰঙ্গ (Assamese) [ Roman: xu.rong.go]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-16
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Neuter) Full of different colours. বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।Assamese: জক্মক্, বাৰেবৰণীয়া, বৰ্ণময়, বৰ্ণিল, সুৰঙ্গ, ৰংচঙীয়া, ৰঙচা, ৰঙা-ৰচঙা, ৰঙীণ, ৰমক জমক
Different POS:
a. Abstract Noun: color, colour, hue, আভা, বোল...Contributed by: Rupankar Mahanta on 2007-03-22
2. (Abstract Noun) Underground passage dug through any obstacle in order to facilitate movement কোনো প্ৰতিবন্ধকৰ তলেৰে অহা-যোৱা কৰিবলৈ সজা বাট