ৰঙীঢেৰাৰঙীন

ৰঙীণ (Assamese) [ Roman: ro.ngin]
alt: ৰঙীন
1. (Proper Adj.-Neuter) Full of different colours. বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
English: colorfulus , colourfuluk , kaleidoscopic,
Assamese: জক্‌মক্‌, বাৰেবৰণীয়া, বৰ্ণময়, বৰ্ণিল, সুৰঙ্গ, ৰংচঙীয়া, ৰঙচা, ৰঙা-ৰচঙা, ৰঙীণ, ৰমক জমক

Example Sentences:

1. বিয়াত তাই এযোৰ ৰঙীণ কাপোৰ পিন্ধি আছিল।

Different POS:

a. Abstract Noun: color, colour, hue, আভা, বোল...