সৈচ্চিকসৈতেও সৈতে (Assamese) [ Roman: xoi.te] 1. (Conjuction) accompanied by; in some particular relation to একেলগ হৈ; কোনো বিশেষ সম্পৰ্ক ৰাখি English: along with, with, Assamese: একত্ৰে, একেলগে, গন্ধে, লগত, সতে, সমন্বিতে, সমভিব্যাহাৰে, সমে, সমেত, সহ, সহকাৰে, সহিত, সহিতে, সৈতে, Garo: ming, Karbi: Pen, Dimasa: jang, Tai: তাঙ্, Hindi: पर, साथ, Nepali: संग, सित, Deori: কবে, চং