অম্বা (Assamese) [ Roman: om.ba]
Contributed by: Atul Ch. Kakoti on 2009-07-26
b. Abstract Noun: motherhoodমাতৃত্বnupui, nu nina...
e. Common Noun-Feminine: ৰাজমাওৰাজমাতা...
1. (Common Noun-Feminine) A woman who conceives, gives birth to, or raises and nurtures a child গৰ্ভধাৰণ কৰি এটা শিশুক জন্ম দিয়া বা লালন-পালন কৰা এগৰাকী নাৰী
Assamese:
Mizo (Lushai):
Hmar:
Dimasa:
TAI-Ahom:
Bangla:
Nepali:
Tiwa:
Tanchangya:
TAI-Khamti:
TAI-Turung:
Singpho:
Tutsa:
Different POS:
a. Proper Adj.-Feminine: motherlyমাতৃতুল্যামাতৃসুলভমাতৃস্বৰূপা...b. Abstract Noun: motherhoodমাতৃত্বnupui, nu nina...
Opp. Gender:
c. Common Noun-Masculine: fatherpaআপুটিআব্বাআব্বাজান...Sub Idea:
d. Abstract Noun: parentnu-le-paआमा बुबाpo-megnu gwa...e. Common Noun-Feminine: ৰাজমাওৰাজমাতা...
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-05-11
b. Abstract Noun: Bijoya DashamiDasaraDashainDashamiDussehra...
2. Hinduism(Proper Noun-Feminine) The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
English:
Assamese:
অগসুতা অগাত্মজা অচল কন্যা অতসী পুষ্পবৰ্ণাভা অদ্ৰিজা অদ্ৰিতনয়া অনাদ্যা অনিকা অন্নদা অপৰ্ণা অম্বা অম্বালিকা অম্বিকা আদিদেৱী আদিভূতা আদ্যশক্তি আদ্যা আদ্যাশক্তি আনন্দময়ী আৰ্যা ঈশানী ঈশ্বৰী উমা একানংশ ঐশানী কপৰ্দিনী কাণ্ডবাৰিণী কাত্যায়নী কামাক্ষী কুণ্ডলিনী কুৰ্বুৰী কৈলাসবাসিনী কোটৰী কৌশিকী কৰ্ৱৰী গিৰিজা গিৰিনন্দিনী গিৰিবালা গৌতমী গৌৰী চণ্ডিকা চণ্ডী চণ্ডৱতী চামুণ্ডা জগজ্জননী জগতজননী জগদম্বা জগদ্ধাত্ৰী জগন্মাতা জগন্ময়ী জ্বালামালিনী জয়ন্তী জয়া তামসী তাৰিণী ত্ৰিগুণা ত্ৰিদশেশ্ৱৰী ত্ৰিনয়না ত্ৰিনয়নী ত্ৰিশূলধাৰিণী ত্ৰিশূলিনী দক্ষকন্যা দক্ষজা দনুজদলনী দশপ্ৰহৰণধাৰিণী দশভুজা দাক্ষায়ণী দানৱদলনী দুৰ্গা নন্দা নিস্তাৰিণী পাৰ্বতী পৰমা প্ৰকৃতি পৰমেশ্বৰী বগলা বগলা দেৱী বভ্ৰৱী বাভ্ৰৱী বাসন্তী বিজয়া বিশ্বেশ্বৰী ভগৱতী ভদ্ৰকালী ভদ্ৰাণী ভাস্বতী ভুৱনেশ্বৰী ভৈৰৱী ভৱতাৰিণী ভৱানী মংগলা মঙ্গলচণ্ডী মহাদেৱী মহাবিদ্যা মহামায়া মহাশক্তি মহিষাসুৰমৰ্দিনী মহীষমৰ্দিনী মহেশানী মহেশী মহেশ্বৰী মৃড়ানী মোক্ষদা শংকৰী শাকম্ভৰী শাৰদা শিখৰবাসিনী শিৱপত্নী শিৱপ্ৰিয়া শিৱানী শুভংকৰী শুভদাচণ্ডী শূলিনী শৈলজা শৰণ্যা শৰ্বানী সনাতনী সাত্ত্বিকী সিংহবাহিনী সুৰেশ্বৰী সৰ্বজয়া সৰ্বমংগলা সৰ্বাণী সৰ্বাৰ্থসাধিকা সৰ্ব্বাণী হিমানী হৈমৱতী ৰাজৰাজেশ্বৰী ৰুদ্ৰাণী
Bodo:
Bangla:
Related Idea:
a. Proper Noun: Maha NabamiNabamiনৱমীমহানৱমী...b. Abstract Noun: Bijoya DashamiDasaraDashainDashamiDussehra...