অৱসান (Assamese) [ Roman: owo.xan]
    Contributed by: Rupankar Mahanta on 2007-04-12
    1. (Abstract Noun) The point in time when an action, an event, or a phenomenon ceases or is completed. যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷