end (English) [ IPA: ˈend ASM: এণ্ড]
    adj: endless
    1. (Abstract Noun) The point in time when an action, an event, or a phenomenon ceases or is completed. যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
    2. Anatomy(Material Noun-Neuter) the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients (এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷
    Contributed by: Bikram M Baruah on 2006-03-17
    3. (Verb-Trans.) To bring or come to an end কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-18
    4. (Material Noun-Neuter) a part or structure situated at or forming the end of something কোনো বস্তুৰ একেবাৰে শেষত বা মূৰত থকা অংশ