finish (English) [ IPA: ˈfɪnɪʃ ASM: ফিনিচ]
    Contributed by: Swapnita Kakati on 2006-08-22
    1. (Abstract Noun) The point in time when an action, an event, or a phenomenon ceases or is completed. যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
    Contributed by: Bikram M Baruah on 2006-08-22
    2. (Verb-Trans.) To bring or come to an end কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-08-22
    3. (Verb-Trans.) to get empty of any quantity or supply of something কোনো বস্তুৰ পৰিমাণ বা যোগান নোহোৱা হ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
    4. (Verb-Trans.) to be finished (a work of art or craft) সম্পূৰ্ণৰূপে সজা, গঢ়া বা বোৱা শেষ হ; সম্পূৰ্ণৰূপে প্ৰস্তুত বা নিৰ্ম্মাণ হ
    Assamese:
    Mising:
    Khasi:
    Garo: