বংশ (Assamese) [ Roman: bong.xo]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
    1. Historial(Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam). ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
    English:

    বংশ (Bangla)
    Contributed by: Sushanta Kar on 2010-09-09
    2. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷