বেণু (Assamese) [ Roman: be.nu]
    Contributed by: Rupankar Mahanta on 2007-04-10
    1. Music(Material Noun-Neuter) a musical wind instrument consisting of a tube with a series of fingerholes or keys ফুৱাই বজোৱা এক প্ৰকাৰ বাদ্য যন্ত্ৰ, যি কেইবাটাও ফুটা থকা এডাল নলীৰে (সাধাৰণতে বাঁহৰ) নিৰ্মিত
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-03
    Ref: চন্দ্ৰকান্ত অভিধান
    2. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷