wah (Khasi)
    Contributed by: Banlambha Warjri on 2008-01-24
    1. Geology(Material Noun-Neuter) A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries. সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।

    wah (Dimasa) [ Roman: wah]
    Contributed by: Anuj J Phonglosa on 2008-04-01
    2. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷

    wah (Tutsa) [ IPA: wəh]
    Contributed by: Gaurab Bora on 2024-11-30
    3. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷