ia (Mising) [ Roman: ia]
    Contributed by: Himasri Das on 2023-04-22
    1. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷

    ia (Garo)
    Contributed by: Mousumi Konwar on 2023-08-11
    2. (Pronoun) Denotes a person or thing; use to indicate the person/object which is nearer. মানুহ অথবা আন কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ হয়; সাধাৰণতে নিকটবৰ্তী জন/টোক বুজোৱা হয় ৷
    English:
    Garo:
    Karbi:
    Kok-Borok:
    Nagamese:
    Hindi: