dibang (Mising) [ Roman: di.ba.ng]
    Contributed by: Benjamin Kaman on 2009-07-28
    1. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷