light (English) [ IPA: ˈlaɪt ASM: লাইট]
Contributed by: Bikram M Baruah on 2006-03-17
1. (Material Noun-Neuter) a man-made source of light কোনো মানৱসৃষ্ট পোহৰৰ উত্স
Assamese:
Bodo:
Mising:
Khasi:
Meeteilon:
Mizo (Lushai):
Hmar:
Dimasa:
Bangla:
Rabha:
TAI-Khamti:
TAI-Turung:
2. (Abstract Noun) a form of energy that renders visibility শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে
3. (Proper Adj.-Common) Of relatively little weight for its size or bulk আনুপাতিকভাৱে কম ওজন থকা ৷
Contributed by: Yugasmita Medhi on 2022-10-23
4. (Proper Adj.-Common) without much flesh or fat; not plump or fat বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
Assamese:
অস্থিচৰ্মসাৰ অস্থূল আংমৰা আশকতীয়া কঁকীলা সজীয়া ককৰ্তনীয়া ককৰ্ত্তনীয়া কাউৰী-ঠেঙীয়া কিৰ্কিয়া কৃশ কৃশাংগ কৃশাঙ্গ কেঁটেলা কেটেং মেটেং কেটেঙা কেলেবাং কোকোহা ক্ষীণ ক্ষীণকায় ক্ষীনাংগ খিচিৰা খীণ চিচ চিঞা চিয়াঁ চেৰেলা জঁকাভাৰী টেটেৰা তনু তন্বী দুৰ্বল নালীয়া নিশকতীয়া নৰম পাতল পাতলা bo বিশীৰ্ণ মুজুৰা মুজুৰা-খোৱা মুজুৰা-পৰা মেমেৰা লনি লিটা লিহিকা লেঙা লেটেঙা লেৰেলা শীৰ্ণ শীৰ্ণকায় হাঁড়ে-ছালে লগা হাড়ত খোৱা
Mising:
Khasi:
Meeteilon:
Bishnupriya Manipuri:
Karbi:
TAI-Ahom:
Hindi:
Antonyms:
a. Proper Adj.-Common: corpulentfatobeseportlyগদহা...Related Idea:
b. Proper Adj.-Common: willowyঋজুদেহীকঁকালীসজীয়ালাহীলিহলিহীয়া...Contributed by: Bikram M Baruah on 2006-03-17
5. (Verb-Trans.) to activate an light emitting device such as a lamp
Contributed by: Bikram M Baruah on 2010-01-22
6. (Proper Adj.) very thin and light almost like see-through (paper or clothe) অতি ক্ষীণ বা লাহী আৰু পাতল, প্ৰায় স্বচ্ছ বা ইফাল-সিফাল দেখা পোৱা (কাগজ বা কাপোৰ)