ceaselessceci bean
ceaselessly (English) [ IPA: ˈsiːsləsli: ASM: চিজলেচলি]
adj: ceaseless
Contributed by: Biraj Kumar Kakati on 2007-07-21
English: ceaselessly, constantly, continually, continuously, incessantly,
Assamese: অনৱৰত, অবিচ্ছিন্নভাৱে, অবিচ্ছেদে, অবিৰতভাৱে, অহৰহ, একেধাৰে, একেলালিয়ে, একেৰাহে, ধাৰাবাহিকভাৱে, ধাৰাবাহিকৰূপে, নিছিগা ধাৰে, নিৰন্তৰে, নিৰৱচ্ছিন্নভাৱে, নিৰৱচ্ছিন্নে, নেৰানেপেৰাকৈ, বিৰামহীনভাৱে,
Deori: একে-ৰহে, লেলেতিয়াচ্চা
b. Abstract Noun: continuance, প্ৰচলন, প্ৰৱৰ্তন, প্ৰৱৰ্ত্তন...
c. Verb-Trans.: continue, গৈ থাক্, টান্...
ceaselessly (English) [ IPA: ˈsiːsləsli: ASM: চিজলেচলি]
adj: ceaseless
Contributed by: Biraj Kumar Kakati on 2007-07-21
Ref: হেমকোষ (পুৰণি)
1. (Adverb-Neuter) without cessation or intermission ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈAssamese: অনৱৰত, অবিচ্ছিন্নভাৱে, অবিচ্ছেদে, অবিৰতভাৱে, অহৰহ, একেধাৰে, একেলালিয়ে, একেৰাহে, ধাৰাবাহিকভাৱে, ধাৰাবাহিকৰূপে, নিছিগা ধাৰে, নিৰন্তৰে, নিৰৱচ্ছিন্নভাৱে, নিৰৱচ্ছিন্নে, নেৰানেপেৰাকৈ, বিৰামহীনভাৱে,
Deori: একে-ৰহে, লেলেতিয়াচ্চা
Different POS:
a. Proper Adj.-Common: ceaseless, continual, continuous, incessant, non-stop...b. Abstract Noun: continuance, প্ৰচলন, প্ৰৱৰ্তন, প্ৰৱৰ্ত্তন...
c. Verb-Trans.: continue, গৈ থাক্, টান্...