একেৰাহে (Assamese) [ Roman: e.ke.ra.he]
    Contributed by: Biraj Kumar Kakati on 2007-07-21
    Ref: হেমকোষ (পুৰণি)
    1. (Adverb-Neuter) without cessation or intermission ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-26
    2. (Adverb) with the eyes fixed on one thing আনফালে চকু নিদিয়াকৈ; এক দৃষ্টিৰে ৰ লাগি থকা৷