টান্ (Assamese) [ Roman: tan]
    1. (Proper Adj.-Common) demanding considerable effort or skill যিটো কৰিবলৈ যথেষ্ট চেষ্টা আৰু দক্ষতাৰ প্ৰয়োজন
    Contributed by: Biraj Kumar Kakati on 2009-06-06
    2. (Verb-Trans.) Keep or maintain in unaltered condition. পূৰ্বতে চলি অহা বা থকা ধাৰা সলনি নকৰি একে অৱস্থাতে চলি থকা ৷
    3. (Verb-Trans.) to force sth towards oneself by physically holding it কোনো বস্তুত ধৰি নিজৰ গাৰ ফালে জোৰ দে
    4. (Proper Adj.-Neuter) Fixed or fastened firmly in place; just smaller than the required size. নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।
    Contributed by: Bikram M Baruah on 2009-02-05
    5. (Proper Adj.) difficult to break due to strong and thick covering শক্তিশালী আৰু ডাঠ আৱৰণৰ বাবে ভাঙিবলৈ সহজ নোহোৱা

    টান্ (Bangla) [ Roman: tan]
    Contributed by: Harshita Hazarika on 2022-10-14
    6. (Verb-Trans.) to force sth towards oneself by physically holding it কোনো বস্তুত ধৰি নিজৰ গাৰ ফালে জোৰ দে