continue (English) [ IPA: kənˈtɪnjuː ASM: কন্‌টিনিউ]
    1. (Verb-Trans.) To go on or to keep up without break বিৰতি নোহোৱাকৈ অটুট ৰাখ
    2. (Verb-Trans.) Keep or maintain in unaltered condition. পূৰ্বতে চলি অহা বা থকা ধাৰা সলনি নকৰি একে অৱস্থাতে চলি থকা ৷