dozendo`ichep
dozy (English) [ IPA: ˈdoʊziː ASM: ড’জি]
Contributed by: Aklantika Saikia on 2011-03-27
English: dozy, drowsy, sleepy, somnolent,
Assamese: কলমটিওৱা, কলাঘুমটিয়া, চিলমিলীয়া, তন্দ্ৰালস, তন্দ্ৰালু, তন্দ্ৰাৱিষ্ট, নিদ্ৰাক্লিষ্ট, নিদ্ৰালস, নিদ্ৰালু,
Deori: উগাঁদুমায়া, মুগাদুমায়া
Contributed by: Anjali Sonowal on 2008-07-28
English: dozy,
Assamese: কলা-ঘুমটীয়া, কলা-মলা, চিল্মিলীয়া
dozy (English) [ IPA: ˈdoʊziː ASM: ড’জি]
Contributed by: Aklantika Saikia on 2011-03-27
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Proper Adj.-Neuter) almost asleep; making somebody feel tired/sleepy প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷Assamese: কলমটিওৱা, কলাঘুমটিয়া, চিলমিলীয়া, তন্দ্ৰালস, তন্দ্ৰালু, তন্দ্ৰাৱিষ্ট, নিদ্ৰাক্লিষ্ট, নিদ্ৰালস, নিদ্ৰালু,
Deori: উগাঁদুমায়া, মুগাদুমায়া
Different POS:
a. Abstract Noun: sleep, ঘুমটি, ঘুমতি, টোপনি, তামসী...Contributed by: Anjali Sonowal on 2008-07-28
2. (Proper Adj.) Not looking or feeling awake as in half asleep. অলপকৈ টোপনি যোৱাত শুনা-নুশুনা আৰু অলপ নেদেখা হোৱা অৱস্থা ।
Assamese: কলা-ঘুমটীয়া, কলা-মলা, চিল্মিলীয়া