drowsinessdrudgery
drowsy (English) [ IPA: ˈdræʊziː ASM: ড্ৰাউজি]
Contributed by: Bikram M Baruah on 2010-12-29
English: dozy, drowsy, sleepy, somnolent,
Assamese: কলমটিওৱা, কলাঘুমটিয়া, চিলমিলীয়া, তন্দ্ৰালস, তন্দ্ৰালু, তন্দ্ৰাৱিষ্ট, নিদ্ৰাক্লিষ্ট, নিদ্ৰালস, নিদ্ৰালু,
Deori: উগাঁদুমায়া, মুগাদুমায়া
drowsy (English) [ IPA: ˈdræʊziː ASM: ড্ৰাউজি]
Contributed by: Bikram M Baruah on 2010-12-29
1. (Proper Adj.-Neuter) almost asleep; making somebody feel tired/sleepy প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷
Assamese: কলমটিওৱা, কলাঘুমটিয়া, চিলমিলীয়া, তন্দ্ৰালস, তন্দ্ৰালু, তন্দ্ৰাৱিষ্ট, নিদ্ৰাক্লিষ্ট, নিদ্ৰালস, নিদ্ৰালু,
Deori: উগাঁদুমায়া, মুগাদুমায়া