ঘুমটি (Assamese) [ Roman: ghu.mo.ti]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-05
    1. (Abstract Noun) the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness. নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়
    Contributed by: Partha P Sarmah on 2007-12-05
    2. (Material Noun-Neuter) a small shop open at the front where light refreshment, newspaper etc. are sold. বিস্কুট, চানাচুৰ, তামোল পাণ, তেল চাবোন, বাতৰি কাকত আদি বিক্ৰী কৰা, সমুখৰ ফালে খোলা থকা সৰু দোকান৷

    Description
    English: