somnambulismsomondho
somnolent (English) [ IPA: somnolent ASM: চ’মন’লেণ্ট]
Contributed by: Partha P Sarmah on 2008-02-12
English: dozy, drowsy, sleepy, somnolent,
Assamese: কলমটিওৱা, কলাঘুমটিয়া, চিলমিলীয়া, তন্দ্ৰালস, তন্দ্ৰালু, তন্দ্ৰাৱিষ্ট, নিদ্ৰাক্লিষ্ট, নিদ্ৰালস, নিদ্ৰালু,
Deori: উগাঁদুমায়া, মুগাদুমায়া
somnolent (English) [ IPA: somnolent ASM: চ’মন’লেণ্ট]
Contributed by: Partha P Sarmah on 2008-02-12
1. (Proper Adj.-Neuter) almost asleep; making somebody feel tired/sleepy প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷