plantain (English) [ IPA: ˈplæntən ASM: প্লেনটেইন]
    Contributed by: Bhadra Brahma on 2025-04-26
    1. Fruits(Common Noun) any of several tropical and subtropical treelike herbs of the genus Musa having a terminal crown of large entire leaves and usually bearing hanging clusters of elongated fruits মুছা প্ৰজাতিৰ অন্তৰ্গত গা-গছৰ একেবাৰে প্ৰান্তত ডাঙৰ আকাৰৰ পাত থকা আৰু দীঘলীয়া ফলৰ থোক ধৰা, উষ্ণ-মণ্ডলীয় এবিধ উদ্ভিদ
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-04-08
    2. (Proper Noun-Neuter) fruit of a tropical tree used mostly for cooking. Bananas are actually varieties of plantains. দেখিবলৈ জাহাজী কলৰ দৰে কিন্তু জাহাজী কলতকৈ টান জাতিৰ এবিধ কল| ইয়াক সাধাৰণতে কেঁচাই খাব নোৱাৰি যদিও ইয়াৰ পৰা বিভিন্ন ধৰণৰ ব্যঞ্জন ৰন্ধা হয়|