surround (English) [ IPA: səˈræʊnd ASM: চাৰাউণ্ড]
    1. (Adverb) in all directions from a center or point of reference. কোনো এটা বস্তু বা স্থানৰ কেন্দ্ৰৰ পৰা তাৰ চাৰিও দিশত৷