water (English) [ IPA: ˈwɔtər ASM: ৱাটাৰ]
1. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ
Assamese:
Bodo:
Mising:
Khasi:
Garo:
Kok-Borok:
Hmar:
Nagamese:
Chakma:
TAI-Ahom:
Nepali:
Tiwa:
Hajong:
TAI-Khamti:
TAI-Turung:
Singpho:
Tutsa:
Different POS:
a. Proper Adj.: liquidজুলীয়াঢেংঢেঙীয়াপনীয়াপাইনা ...b. Proper Adj.-Neuter: dilutewateryঢেংঢেঙ্গীয়াঢেঙ্গাঢৌঢৌৱা...
Related Idea:
c. Material Noun-Neuter: steamvapourবাষ্পভাপखफ`...Contributed by: Partha P Sarmah on 2006-03-17
2. (Verb-Trans.) to pour water on plants; to wet/supply with water. গছ আদিৰ গুৰিত পানী ঢলা; কিহবাক পানীৰে তিওৱা৷
Contributed by: Partha P Sarmah on 2006-03-17
3. (Verb-Trans.) to pour water on something, usually to clean it. (সাধাৰণতে পৰিষ্কাৰ কৰিবলৈ)কিহবাৰ ওপৰত পানী দিয়া৷ যেনেঃ পকাখনত পানী এবাল্টিমান ঢালি দে, বৰ লেতেৰা হৈ আছে৷
Contributed by: Partha P Sarmah on 2006-03-17
4. (Verb-Trans.) to add water to some liquid; to dilute some liquid with water. কিবা জুলীয়া বস্তুত পানী দিয়া বা কিবা জুলীয়া বস্তুত পানী দি পাতল কৰা৷
Contributed by: Partha P Sarmah on 2006-03-17
5. (Verb-Trans.) to produce saliva or to fill the mouth with saliva. কিবা ভাল খোৱা বস্তুৰ গোন্ধ পাই মুখৰ ভিতৰত অধিক লেলাওতিৰ সৃষ্টি কৰা; এই লেলাওতি মুখৰ বাহিৰ ওলাই অহা;এই লেলাওতিৰে জিভা তিওৱা৷
Contributed by: Partha P Sarmah on 2006-03-17
6. (Verb-Intran.) (of the eyes) to become full with water. কান্দিলে, পুৰিলে বা বেছিকৈ হাঁহিলে) চকুত বেছিকৈ সৃষ্টি হোৱা পানী বাহিৰলৈ নামি অহা
English:
Assamese: