দি (TAI-Ahom) [ Roman: di]
Contributed by: Anjali Sonowal on 2008-09-18
1. (Proper Adj.) having desirable or positive qualities আশা কৰা ধৰণৰ বা ধনাত্মক গুণ বিশিষ্ট
দি (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-16
2. (Verb-Trans.) to transfer the ownership of something; to present voluntarily. কোনো বস্তুৰ মালিকীস্বত্ত্ব হস্তান্তৰ কৰা; নিজ ইচ্ছাত উপহাৰ দিয়া।